Obituary: Harakanta Borgohain, a legendary international Body Builder from Assam
Harakanta Borgohain, a legendary and widely respected international bodybuilder from Assam, India has left for heavenly abode today. He was a multiple-time Mr. India champion and a recipient of a bronze medal at a Mr. Asia competition.
11/27/20251 min read
Harakanta Borgohain, a legendary and widely respected international bodybuilder from Assam, India has left for heavenly abode today. He was a multiple-time Mr. India champion and a recipient of a bronze medal at a Mr. Asia competition.
Key achievements and career highlights
Titles Won: Borgohain secured the prestigious Mr. India title seven times. He also won the 'Mr. Services' title four times and 'Mr. Himalaya' twice.
International Representation: He represented India internationally and earned a bronze medal in the Mr. Asia contest held in Kuala Lumpur in 1976.
Professional Career: He served in the Indian Air Force for 20 years. Post-retirement, he held significant positions in sports administration, including working as an Assistant Director, Deputy Director, and Director at the Sports Authority of India (SAI).
Legacy: Known as a living legend in the bodybuilding community of Assam, he was admired for his dedication to the sport despite a lack of modern facilities and high-level training in his early.
আজি আমি অতি মৰ্মাহত যিহেতু হৰকান্ত বৰগোহাঁই, অসম তথা ভাৰতৰ এজন জ্যেষ্ঠ আৰু অতি ব্যাপকভাৱে সম্মানিত আন্তৰ্জাতিক ব'ডিবিল্ডাৰ (শৰীৰচৰ্চাবিদ) যোৱানিশা স্বৰ্গগামী হয়। তেওঁ বহুবাৰৰবাবে মিষ্টাৰ ইণ্ডিয়া সন্মানেৰে সন্মানিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল আৰু মিষ্টাৰ এছিয়া প্ৰতিযোগিতাত ব্ৰঞ্জ মেডেল লাভকৰি সমগ্ৰ ভাৰতবৰ্ষলৈ খ্যাতি কঢ়িয়াই আনিছিল ৷
তেখেতৰ মূল কৃতিত্ব আৰু কাৰ্যজীৱনৰ উল্লেখযোগ্য ঘটনা সমূহ এনে ধৰনৰ :
লাভ কৰা পদক:
বৰগোহাঁইয়ে প্ৰতিষ্ঠিত মিষ্টাৰ ইণ্ডিয়া পদক সাতবাৰ লাভ কৰিছিল। তেওঁ ‘মিষ্টাৰ চেৰ্ভিচছ’ পদক চাৰিবাৰ আৰু ‘মিষ্টাৰ হিমালয়’ পদক দুবাৰ লাভ কৰিছিল।
আন্তৰ্জাতিক প্ৰতিনিধিত্ব: তেওঁ ভাৰতক আন্তৰ্জাতিকভাৱে প্ৰতিনিধিত্ব কৰিছিল আৰু ১৯৭৬ চনত কুৱালালাম্পুৰত অনুষ্ঠিত মিষ্টাৰ এছিয়া প্ৰতিযোগিতাত ব্ৰঞ্জ মেডেল লাভ কৰিছিল।
পেছাদাৰী কাৰ্য্যজীৱন: তেওঁ ভাৰতীয় বিমান বাহিনীত ২০ বছৰ কাম কৰিছিল। অৱসৰৰ পিছত, তেওঁ ক্ৰীড়া প্ৰশাসনত গুৰুত্বপূৰ্ণ পদবীত কাম কৰিছিল, যেনে ভাৰত ক্ৰীড়া প্ৰাধিকৰণ (এছ এ আই/SAI)ত সহায়ক ডাইৰেক্টৰ, উপ-ডাইৰেক্টৰ আৰু ডাইৰেক্টৰ হিচাপে।
উত্তৰাধিকাৰ: অসমৰ বডিবিল্ডিং সমাজত কিংবদন্তি ব্যক্তি হিচাপে পৰিচিত, তেওঁৰ শৰীৰচৰ্চাৰ প্ৰতা থকা চেষ্টা আৰু নিষ্ঠাৰ বাবে প্ৰশংসিত হৈছিল যদিও তেওঁৰ প্ৰথম দিনসমূহত আধুনিক সুবিধা আৰু উচ্চ-স্তৰৰ প্ৰশিক্ষণৰ অভাৱ আছিল। তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত বহুবাৰ বিভিন্ন ধৰণে সম্মানিত হৈছে আৰু নতুন প্ৰজন্মৰ বডিবিল্ডাৰসকলৰ বাবে অনুপ্ৰেৰণা হিচাপে গণ্য কৰা হয় ৷
আমি আজি কামৰূপ মেট্ৰ‘ ভাৰোত্তোলন সন্থা (KMWA) ই তেখেতৰ মৃত্যুত শোকসন্তপ্ত পৰিয়াললৈ আৰু সমূহ ক্ৰীড়াপ্ৰেমীসকলক গভীৰভাৱে সমৱেদনা জ্ঞাপন কৰিছোঁ আৰু বিদেহী আত্মাৰ চিৰশান্তি আৰু সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰিলোঁ ৷
KMWA
Date : 27th November, 2025


