Rongali Bihu 2026 Greetings from Kamrup Metro Weightlifting Association
On the auspicious occasion of Rongali Bihu and the Assamese New Year 2026, the Kamrup Metro Weightlifting Association conveys its sincere greetings. May this festive season strengthen our resolve, celebrate our heritage, and inspire excellence in every lift and every endeavor.
4/13/20261 min read


কপৌ ফুলৰ সুবাস আৰু ঢোলৰ গুমগুমণিত আমাৰ ধৰিত্ৰী জীপাল হৈ উঠা এই হেঁপাহৰ ঋতু বসন্তত, কামৰূপ মহানগৰ ভাৰোত্তোলন সন্থাৰ তৰফৰ পৰা আমাৰ সকলো খেলুৱৈ, প্ৰশিক্ষক, বিষয়ববীয়া আৰু ক্ৰীড়াপ্ৰেমী ৰাইজলৈ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষ ২০২৬-ৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জনালোঁ।
এই নতুন বছৰে আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক সুস্বাস্থ্য, সমৃদ্ধি আৰু নতুন উদ্যম। আমাৰ এই চহকী কৃষ্টিৰ দৰেই ক্ৰীড়া জগতখনো নতুন প্ৰাণশক্তিৰে জিলিকি উঠক আৰু আমাৰ খেলুৱৈসকলে সফলতাৰ নতুন শিখৰ অতিক্ৰম কৰক।
নৱবৰ্ষৰ বহুত বহুত শুভকামনাৰে—
ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলোঁ!
কাৰ্যনিৰ্বাহক সমিতি,
কামৰূপ মহানগৰ ভাৰোত্তোলন সন্থা
As the fragrance of Kopou Phool fills the air and the rhythmic beats of the Dhol resonate across our beautiful land, the Kamrup Metro Weightlifting Association extends its warmest greetings to our athletes, coaches, members, the entire sports community and everyone on the auspicious occasion of Rongali Bihu and the Assamese New Year 2026.
May this New Year bring the strength of iron and the spirit of champions into your lives. Let us celebrate our rich heritage and strive for new heights of excellence in the arena of sports.
Wishing you a year filled with health, prosperity, and heavy lifts!
Happy Rongali Bihu!
Warm regards,
Executive Body,
Kamrup Metro Weightlifting Association


